PAN কাৰ্ড আৰু AADHAR কাৰ্ড লিংক কেনেকৈ কৰিব
<
>
বৰ্তমান ভাৰত চৰকাৰে পেন কাৰ্ড (PAN Card) আৰু আধাৰ কাৰ্ড (Aadhaar Card) লিংক কৰা বাধ্যতামূলক কৰিছে । আয়কৰ দাখিলৰ সুবিধা, বেংকিং লেন-দেন, আৰু অন্যান্য চৰকাৰী কাম-কাজত ইয়াৰ গুৰুত্ব অধিক বৃদ্ধি পাইছে । যিসকলে ঠিক সময়ত পেন আৰু আধাৰ লিংক নকৰে, তেওঁলোকৰ পেন কাৰ্ড নিষ্ক্ৰিয় হ'ব পাৰে আৰু জৰিমনাৰো সন্মুখীন হ'ব লগা হ'ব ।
এই ব্লগত, আমি সহজ ভাষাত PAN আৰু AADHAR লিংক কৰা প্ৰক্ৰিয়া বুজাই দিম
PAN & AADHAR লিংক হোৱা নাই নেকি, কেনেকৈ চাব ?
আপোনাৰ পেন আৰু আধাৰ লিংক হৈছে নে নাই, তাৰ বাবে এই নিয়ম অনুসৰণ কৰক :
- আয়কৰ ৱেবচাইট https://www.incometax.gov.in/ খুলক।
- “Link Aadhaar Status” অপশনত ক্লিক কৰক।
- আপোনাৰ PAN আৰু Aadhaar নম্বৰ দিয়ক।
- সাবমিট কৰাৰ পিছত আপোনাৰ লিংকিং স্টেটাছ স্ক্ৰিনত দেখুওৱা হ’ব।
.........................................................................................................................................................
PAN কাৰ্ড আৰু AADHAR কাৰ্ড কেনেকৈ লিংক কৰিব ?
1st পদ্ধতি - আয়কৰ বিভাগত ৱেবচাইটৰ জৰিয়তে অনলাইন লিংক কৰাৰ নিয়ম
প্ৰথমতে আয়কৰ বিভাগৰ অফিচিয়েল ৱেবচাইট খুলিব
👉 https://www.incometax.gov.in/
"Link Aadhaar" অপশনত ক্লিক কৰক
- হোমপেজত “Quick Links” বুটামটোত "Link Aadhaar" অপশন বিচাৰি ক্লিক কৰক ।
আপোনাৰ ডাটা ভৰ্তি কৰক
- পেন নম্বৰ দিয়ক ।
- আধাৰ নম্বৰ দিয়ক ।
- আধাৰত থকা নাম ঠিক সঠিকভাৱে দিয়ক ।
- যদিহে আধাৰত জন্মৰ তথ্য মাত্ৰ বছৰৰ ভিত্তিত থাকে, "I have only year of birth in Aadhaar Card" অপশনটো টিক দিয়ক।
OTP ভেৰিফিকেচন কৰক
- মোবাইল নম্বৰত OTP আহিব, তাক ভৰাই সাবমিট কৰক।
লিংক সম্পন্ন হোৱাৰ পাছত সফলতাৰ মেচেজ আহিব l
.........................................................................................................................................................
<
>
২ পদ্ধতি SMS ৰ জৰিয়তে লিংক কৰাৰ নিয়ম
যদিহে আপুনি অনলাইন পদ্ধতি ব্যৱহাৰ কৰিব নোৱাৰে, তেন্তে SMS ৰ জৰিয়তে লিংক কৰিব পাৰে।
- মোবাইলৰ মেচেজ অপশন খুলক।
- নতুন মেচেজ টাইপ কৰক এইদৰে:
UIDPAN <আপোনাৰ আধাৰ নম্বৰ> <আপোনাৰ পেন কাৰ্ড নম্বৰ> - এই মেচেজটো 567678 বা 56161 নম্বৰত পঠিয়াওক।
- সফলতাৰে লিংক হ'লে আপুনি SMS যোগে জনোৱা হ'ব l
How to Link PAN Card and Aadhaar Card
>
The Government of India has made it mandatory to link PAN Card and Aadhaar Card. This linking is crucial for filing income tax returns, banking transactions, and other government-related work. If someone fails to link PAN with Aadhaar within the deadline, their PAN card may become inactive, and they may also have to pay a penalty.
In this blog, we will explain the step-by-step process to link PAN and Aadhaar in simple terms.
How to Check if PAN & Aadhaar are Linked ?
To check whether your PAN and Aadhaar are linked, follow these steps:
Open the official Income Tax website:
👉 https://www.incometax.gov.in/
Click on the "Link Aadhaar Status" option.
Enter your PAN and Aadhaar number.
Submit the details, and your linking status will be displayed on the screen.
How to Link PAN Card with Aadhaar Card?
Method 1: Online Linking via Income Tax Website
Visit the official Income Tax Department website:
👉 https://www.incometax.gov.in/
Click on the "Link Aadhaar" option under Quick Links on the homepage.
Enter your details:
- PAN number
- Aadhaar number
- Name as per Aadhaar
- If your Aadhaar shows only the birth year, tick the box "I have only the year of birth in Aadhaar Card."
Complete OTP verification:
- An OTP will be sent to your registered mobile number.
- Enter the OTP and submit the request.
Confirmation message:
- Once linked successfully, you will receive a confirmation message.
Post a Comment